পুৰণি অসমীয়া সাজ-পাৰ

পুৰণি অসমীয়া সাজ-পাৰ ---- পংকজ্যোতি বৰা অসমীয়া সাজ-পাৰ বুলিলে আমাৰ মনলৈ পোনতে মুগা-পাটৰ কাপোৰ, চুৰিয়া-চেলেং, গামোচাখন, হাঁচতিখন, কেৰু যোৰ, আঙুঠিটোৰ কথা মনলৈ আহে নহয়নে ! অৱশ্যে আমাৰ অসমীয়া সমাজত বৰ্তমান ইবোৰৰ ব্যৱহাৰ প্ৰায় দেখা পোৱা নায়ায়, নামটোহে কম-বেছি পৰিমাণে গাঁৱে-ভূঞে শুনা পোৱা যায়। সঁচাকৈ পুৰণি অসমীয়া সাজ-পাৰবোৰ এতিয়া আমাৰ উন্নত জীৱন-প্ৰণালীত কিবা প্ৰয়োজন আছেনে ! পুৰণি অসমীয়া সাজ-পাৰ বুলিলে আহোম যুগত অসমত প্ৰচলিত স...