যান্ত্রিক হতে পারলাম না
— রাহুল কলিতা, মাজুলী , অসম
হৃদয়ে
থেকে যায় দুঃখগুলো,
কেঁপে ওঠে
হৃদয়ের স্পন্দন।
অন্তরের
আত্মার যন্ত্রণায়
স্বপ্নগুলো
জড়িয়ে ধরে আমায়।
কোনো এক
ষড়যন্ত্রের বলি হওয়ার দিন,
অন্যায়ের
শিকার হলাম আমি।
হারিয়ে
ফেলেছিলাম জীবনের স্বপ্ন,
জীবনের
লক্ষ্য।
মিষ্টি
মিষ্টি কথাগুলো,
পরিষ্কার
ছোট জামা,
উচ্চপদস্থ
ঠিকানাটা
মাতাল করে
তোলে
ছোট
মানুষের স্বপ্নগুলোকে।
চাকরির
দরদাম চলে,
ভিতরে
হিসাব-নিকাশ চলে,
আমরা
বুঝতে পারি না,
শুধু বুঝি
জীবনের
সহজ কথাগুলো।
বুঝতে
পারি না
মুখোশ পরা
ভদ্র মানুষের আড়ালের কথাগুলো,
শুধু জানি
এ এক নাটক।
*****
অসমীয়া অনুবাদ : যান্ত্ৰিক হ'ব নোৱাৰিলোঁ
----ৰাহুল কলিতা, মাজুলী, অসমহৃদয়ত
থাকি যায় দুখবোৰ
কঁপি উঠে
হৃদয়ৰ কম্পন
হৈ যোৱা
অন্তৰ আত্মাৰ বেদনাৰে বেঢ়ি ধৰে
সপোনবোৰ
কোনোবা
ষড়যন্তৰ বলি হ'ব
লগা এটা দিন
অন্যায়ৰ
বলি হ'লো
হেৰুৱাই
পেলাইছিলো জীৱনৰ সপোন
জীৱনৰ
লক্ষ্য
মিঠা মিঠা
কথাবোৰ
পৰিষ্কাৰ
ছোটযোৰ
উচ্চ
পদধাৰী ঠিকনাটোৱে
মাতাল কৰি
পেলাই
সৰু
মানুহৰ সপোনবোৰ
চাকৰিৰ দৰ
দাম চলে
ভিতৰত
হিচাপ-নিকাচ চলে
আমি বুজি
নাপাও
মাথো বুজি
পাও
জীৱনৰ সৰল
কথাবোৰ ।
বুজি
নাপাও
মুখা
পিন্ধা ভদ্ৰ মানুহৰ আঁৰৰ কথাবোৰ
মাথো
জানোঁ
ই এখন
নাটক ।
*****
No comments:
Post a Comment